অসম হৈছে ২০ খন বন্যপ্ৰাণী অভয়াৰণ্যৰ আশ্রয়স্থল স্বৰূপ। এই বন্যপ্ৰাণী অভয়াৰণ্য সমূহে বিভিন্ন ধৰণৰ প্ৰজাতিক সুৰক্ষা প্ৰদান কৰে, উদাহৰণস্বৰূপে, এশিঙীয়া গঁড়, সোণালী বান্দৰ আদিৰ দৰে দূৰ্লভ জন্তুৰ কথা উল্লেখ কৰিব পাৰি।

আপোনাৰ যাত্ৰা স্মৰণীয় আৰু সুবিধাজনক কৰি তুলিবলৈ, চৰকাৰী আৱাস বা ব্যক্তিগত হোটেল বা ৰিজ'ৰ্ট আগতীয়াকৈ সংৰক্ষণ কৰাৰ ব্যবস্থা কৰক।

গুৰুত্বপূৰ্ণ লিংক:

বন্যপ্ৰাণী অভয়াৰন্যৰ ভিতৰত আৰু চৌপাশে পৰ্যটকৰ বাবে উপলব্ধ আৱাসীয় ঠাইসূহৰ বিশদ বিৱৰণ