অসম পৰ্যটন বিভাগৰ অন্তৰ্গত পৰ্যটক লজ সমূহৰ তালিকা:

  • অৰণ্য পৰ্যটক ল'জ, কহৰা, কাজিৰঙা
  • প্ৰশান্তি পৰ্যটক ল'জ, গুৱাহাটী
  • প্ৰশান্তি পৰ্যটক ল'জ, যোৰহাট
  • প্ৰশান্তি পৰ্যটক ল'জ, তেজপুৰ
  • প্ৰশান্তি পৰ্যটক ল'জ, শিলচৰ
  • প্ৰশান্তি পৰ্যটক ল'জ, নগাঁও

আৱাস আৰু শুক্লসমূহৰ প্ৰকাৰ সন্দৰ্ভত সবিশেষ জানিবলৈ "পৰ্যটক ল'জ" ত ক্লিক কৰক .