বিভিন্ন ধৰ্ম আৰু সাংস্কৃতিক উপাদানৰ সমাহাৰেৰে সমৃদ্ধ ঠাই হৈছে অসম। তীৰ্থস্থানৰ পৰা আৰম্ভ কৰি অভয়াৰণ্য যাত্ৰা, মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নৌকা বিহাৰ, এচিয়া মহাদেশৰ প্ৰাচীন শোধানগৰ বা ভিন্ন প্ৰান্তত থকা বিশাল চাহ বাগিছাসমূহ পৰ্যটকৰ পৰ্যটনৰ বাবে আকৰ্ষণীয় ঠাই।

পৰ্যটকৰ ইচ্ছা অনুযায়ী গন্তব্যস্থানসমূহৰ তালিকাঃ

ওপৰত উল্লেখিত উৎসৱ আৰু সম্পৰ্কীয় গন্তব্যস্থানসমূহৰ বিষয়ে অধিক জানিবলৈ ওপৰোক্ত লিংকসমূহত ক্লিক কৰিব পাৰে।

আৱৰ্ত্ত ভৱন অনুযায়ী গন্তব্যস্থানসমূহৰ তালিকা :

পৰ্যটকৰ সুবিধাৰ বাবে তথা তেওঁলোকৰ যাত্ৰা মনোগ্ৰাহী কৰি তুলিবলৈ অসমক ছয়টা পৰিক্ৰমাত বিভক্ত কৰা হৈছে। প্ৰত্যেকটো পৰিক্ৰমা ভিন্ন প্ৰান্তৰ মাজেৰে পাৰ হৈ গন্তব্যস্থানলৈ আগবাঢ়ে বাবে যাত্ৰাসমূহ অধিক ৰোমাঞ্চকৰ হৈ উঠে।

ওপৰত উল্লেখিত পৰিক্ৰমা সম্পৰ্কীয় গন্তব্যস্থানসমূহৰ বিষয়ে অধিক জানিবলৈ ওপৰোক্ত লিংকসমূহত ক্লিক কৰিব পাৰে।